শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

সময়সীমা উকলিল! ‘কা’ৰ বিধি প্ৰস্তুতক লৈ অতিৰিক্ত সময় বিচাৰিছে গৃহ মন্ত্ৰণালয়ে…

128

ডিজিটেল ডেস্কঃ আগন্তুক তিনিমাহৰ ভিতৰত প্ৰস্তুত কৰা হব নাগৰিকত্ব সংশোধনী আইনৰ বিধি। ইতিমধ্যে বিধি প্ৰস্তুত কৰাৰ বাবে ৬মাহৰ সময়সীমা উকলি যোৱাৰ পিছত সংসদীয় কমিটীৰ পৰা অতিৰিক্ত সময় বিচাৰিছে গৃহ মন্ত্ৰণালয়ে। উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ অনুমোদনৰ ৬ মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগে আৰু সেইসূত্ৰে চলিত বৰ্ষৰ জুন মাহতে উকলিল ৬ মাহৰ সময়সীমা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি