সময়সীমা উকলিল! ‘কা’ৰ বিধি প্ৰস্তুতক লৈ অতিৰিক্ত সময় বিচাৰিছে গৃহ মন্ত্ৰণালয়ে…

সময়সীমা উকলিল! ‘কা’ৰ বিধি প্ৰস্তুতক লৈ অতিৰিক্ত সময় বিচাৰিছে  গৃহ মন্ত্ৰণালয়ে…

ডিজিটেল ডেস্কঃ আগন্তুক তিনিমাহৰ ভিতৰত প্ৰস্তুত কৰা হব নাগৰিকত্ব সংশোধনী আইনৰ বিধি। ইতিমধ্যে বিধি প্ৰস্তুত কৰাৰ বাবে ৬মাহৰ সময়সীমা উকলি যোৱাৰ পিছত সংসদীয় কমিটীৰ পৰা অতিৰিক্ত সময় বিচাৰিছে গৃহ মন্ত্ৰণালয়ে। উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ অনুমোদনৰ ৬ মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগে আৰু সেইসূত্ৰে চলিত বৰ্ষৰ জুন মাহতে উকলিল ৬ মাহৰ সময়সীমা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in