শেহতীয়া খবৰ
দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৩ গৰু সৰবৰাহকাৰী  •  বিশ্বনাথৰ ৰাইজ, দল-সংগঠনেৰে নৱনিযুক্ত উপায়ুক্তৰ বৈঠক  •  খহনীয়াৰ কৱলত ৰহাৰ বিস্তৃত অঞ্চল, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...

খানাপাৰাত জাতীয় পতাকা উত্তোলন কৰিলে মু্খ্যমন্ত্ৰীয়ে, LIVE

206
  • খানাপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উত্তোলন কৰিলে জাতীয় পতাকা।
  • উত্তোলন কৰিয়ে সমগ্ৰ দেশ তথা ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।
  • সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰা কাৰ্যক প্ৰশংসা।
  • সংবিধানৰ ৩৭০ ধাৰা আৰু ৩৫(ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰা কাৰ্যক সাহসী পদক্ষেপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
  • এন আৰ চি প্ৰক্ৰিয়াও সুকলমে সম্পন্ন হ’ব বুলি আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ।
  • ৰাজ্যৰ ১ লাখ ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি।
  • কাজিৰঙাত বন্যপ্ৰানীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে।
  • খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰী LIVE

Watch Live: দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে জনগণক সম্বোধন কৰাৰ মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল

CMO Assam ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಆಗಸ್ಟ್ 14, 2019
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি