ৰাইজৰ জয়! ৰাজ্যসভাত আজি উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

ৰাইজৰ জয়! ৰাজ্যসভাত আজি উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক
  • ৰাজ্যসভাত আজি উত্থাপন নহ'ব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬।
  • দিল্লীৰ পৰা আহিছে এই খবৰ।
  • অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাজ্যসভাৰ কাৰ্যক্ৰমনিকাৰ পৰা বাদ দিয়া হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ।
  • অখিল গগৈয়ে সদৰি কৰিলে এই কথা।
  • এক বিশ্বস্ত সূত্ৰই গগৈক জনাইছে এই খবৰ।
  • চাওক অখিল গগৈয়ে আৰু কি ক'লে-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in