শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

ৰাইজৰ জয়! ৰাজ্যসভাত আজি উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

8,795
  • ৰাজ্যসভাত আজি উত্থাপন নহ’ব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬।
  • দিল্লীৰ পৰা আহিছে এই খবৰ।
  • অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাজ্যসভাৰ কাৰ্যক্ৰমনিকাৰ পৰা বাদ দিয়া হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ।
  • অখিল গগৈয়ে সদৰি কৰিলে এই কথা।
  • এক বিশ্বস্ত সূত্ৰই গগৈক জনাইছে এই খবৰ।
  • চাওক অখিল গগৈয়ে আৰু কি ক’লে-
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি