শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

‘বাইজু’ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৰুজু কেইবাটাও গোচৰ..

  • ‘বাইজু’ৰ স্বত্বাধিকাৰী ৰবীন্দ্ৰনৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • ভাৰতীয় অসামৰিক সেৱাৰ পাঠ্যক্ৰমত ভুল তথ্য দিয়াৰ বাবেই এই গোচৰ ৰুজু কৰা হৈছে।
  • দেশৰ আগশাৰীৰ শৈক্ষিক প্লেটফৰ্ম ‘বাইজু’।
  • ক্ৰাইম’ফবিয়া নামৰ এটা প্ৰতিষ্ঠানে ৰুজু কৰিছে গোচৰ।
  • অপৰাধিক ষড়যন্ত্ৰ আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনৰ কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি