‘বাইজু’ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৰুজু কেইবাটাও গোচৰ..

‘বাইজু’ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৰুজু কেইবাটাও গোচৰ..
  • 'বাইজু'ৰ স্বত্বাধিকাৰী ৰবীন্দ্ৰনৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • ভাৰতীয় অসামৰিক সেৱাৰ পাঠ্যক্ৰমত ভুল তথ্য দিয়াৰ বাবেই এই গোচৰ ৰুজু কৰা হৈছে।
  • দেশৰ আগশাৰীৰ শৈক্ষিক প্লেটফৰ্ম 'বাইজু'।
  • ক্ৰাইম'ফবিয়া নামৰ এটা প্ৰতিষ্ঠানে ৰুজু কৰিছে গোচৰ।
  • অপৰাধিক ষড়যন্ত্ৰ আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনৰ কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in