শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত সিন্ধু…

194
  • বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰিলে পি ভি সিন্ধুৱে।
  • চেম্পিয়নশ্বীৰৰ শনিবাৰৰ মেচখনত পি ভি সিন্ধুৱে পৰাস্ত কৰে চীনৰ চেন ইউ ফেই নামৰ খেলুৱৈগৰাকীক।
  • ৪০ মিনিটৰ এই মেচখনত খুব ভাল খেল প্ৰদৰ্শন কৰে সিন্ধুৱে।
  • বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত তৃতীয়বাৰলৈ ফাইনেলত নিজৰ স্থান দখল কৰে পি ভি সিন্ধুৱে।
  • কিন্তু বৰ্তমানলৈ এই চেম্পিয়নশ্বীপৰ বিজয়ী হোৱা নাই খেলুৱৈগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি