শেহতীয়া খবৰ
প্লিজ প্লিজ প্লিজ... এনে নকৰিবাঃ ৰিপুন বৰা... EXCLUSIVE  •  ড্ৰাগছ প্ৰস্তুতকাৰী কাৰখানা উৎখাত, মণিপুৰত ১৬৬ কোটি টকাৰ হেৰইন জব্দ...  •  অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO  •  অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা...  •  মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ...  •  লামডিঙত পথৰ ওপৰতেই গছ পুলি ৰুই প্ৰতিবাদ সাব্যস্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ...  •  ৰঙামাটিত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক চমজালে বৃহৎ পৰিমানৰ লালীগুড়...  •  নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস-নৱাগত আদৰণী সভাত ড° বিৰিঞ্চি কুমাৰ দাস...  •  সৰুপথাৰত তিনিশ অগপ-কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান...  •  শাওন আৰু ভাদৰ সংক্ৰান্তিত হৰি নামৰ অমল ধ্বনিত মুখৰিত বটদ্ৰৱা থান..VIDEO

সোণোৱাল চৰকাৰৰ চতুৰ্থখন বিত্তীয় বাজেট, UPDATES

181
  •  আজি সোণোৱাল চৰকাৰৰ চতুৰ্থখন বিত্তীয় বাজেট দাখিল কৰা হ’ব ।
  • ডিজিটেল বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে।
  • ২০১৯-২০ বৰ্ষৰ বাবে এই বাজেট।
  • পুৱা ১০.৩০ বজাত হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব বাজেট।
  • ‘সৰ্বসাধাৰণ ৰাইজৰ উপকাৰ কৰিব আজিৰ বাজেটে।’
  • ‘সংখ্যালঘুৰ বাবে থাকিব বিশেষ আঁচনি।’
  • বাজেটক লৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া।
  • দৰিদ্ৰ, মধ্যবিত্ত সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ লক্ষ্যৰে দাখিল হ’ব বাজেট।
  • আজি বিধানসভাত প্ৰশ্নকালৰ পিছতে বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব ২০১৯–২০ বৰ্ষৰ বাজেট।
  • বাজেটত দুখীয়া, মধ্যবিত্তৰ বাবে কেইবাখনো নতুন আঁচনি ঘোষণাৰ সম্ভাৱনা।
  • অসমৰ সম্পদসমূহ বিকশিত কৰাৰ লক্ষ্যও থাকিব বাজেটত।
  • ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কক্ষত আৰম্ভ কেবিনেট বৈঠক।
  • কেবিনেটৰ অনুমোদনৰ পিছত সদনত দাখিল কৰিব ২০১৯-২০ বৰ্ষৰ বাজেট।
  • অসমে আকাশ চোৱক, ব্যক্তিগতভাৱে মোৰ এই মন আছে। এইবাৰৰ বাজেটত ইয়াৰে প্ৰতিফলন দেখিবলৈ পাব।’ – বাজেট দাখিলৰ পূৰ্বে টুইটাৰযোগে মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি