আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট, মুখ্যমন্ত্ৰীৰ কক্ষত আৰম্ভ কেবিনেট বৈঠক

আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট, মুখ্যমন্ত্ৰীৰ কক্ষত আৰম্ভ কেবিনেট বৈঠক
  • আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট।
  • পুৱা ১০.৩০ বজাত হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব বাজেট।
  • বাজেটত দুখীয়া, মধ্যবিত্তৰ বাবে কেইবাখনো নতুন আঁচনি ঘোষণাৰ সম্ভাৱনা।
  • অসমৰ সম্পদসমূহ বিকশিত কৰাৰ লক্ষ্যও থাকিব বাজেটত।
  • ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কক্ষত আৰম্ভ কেবিনেট বৈঠক।
  • কেবিনেটৰ অনুমোদনৰ পিছত সদনত দাখিল কৰিব ২০১৯-২০ বৰ্ষৰ বাজেট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in