শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

২ বজাত আৰম্ভ হ’ল মিনি লকডাউন, বাক্সাৰ সুৱনখাটাতো বন্ধ হ’ল ব্যৱসায়িক প্ৰতিষ্ঠান…

  • আবেলি দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চল সুৱনখাটাৰ সমূহ দোকান-বজাৰ ।
  • কোভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মঙলবাৰে প্ৰকাশ কৰিছিল নতুন এছঅ’পি ।
  • কোভিডৰ সংক্ৰমন ৰোধৰ বাবে বুধবাৰে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহো বন্ধৰ ঘোষণা কৰে ।
  • দেশৰ লগতে ৰাজ্যতো কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।