২ বজাত আৰম্ভ হ’ল মিনি লকডাউন, বাক্সাৰ সুৱনখাটাতো বন্ধ হ’ল ব্যৱসায়িক প্ৰতিষ্ঠান…

২ বজাত আৰম্ভ হ’ল মিনি লকডাউন, বাক্সাৰ সুৱনখাটাতো বন্ধ হ’ল ব্যৱসায়িক প্ৰতিষ্ঠান…
  • আবেলি দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চল সুৱনখাটাৰ সমূহ দোকান-বজাৰ ।
  • কোভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মঙলবাৰে প্ৰকাশ কৰিছিল নতুন এছঅ'পি ।
  • কোভিডৰ সংক্ৰমন ৰোধৰ বাবে বুধবাৰে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহো বন্ধৰ ঘোষণা কৰে ।
  • দেশৰ লগতে ৰাজ্যতো কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in