শেহতীয়া খবৰ
গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ  •  প্ৰথম, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগৰ ওজন হ’ব লাগিব ১.৫ কেজি, দ্বিতীয় শ্ৰেণীলৈ দিব নোৱাৰিব হোমৱৰ্ক  •  মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ...  •  উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী

বিশ্বনাথৰ সাকোমঠাত ট্ৰাক-বাছৰ সংঘৰ্ষত এজন নিহত, আহত ৫

110
  • বিশ্বনাথৰ সাকোমঠাত ভয়াৱহ দুৰ্ঘটনা
  • সাকোমঠা চাহবাগিছাৰ বুঢ়াবাবা থানৰ সমীপত এই দুৰ্ঘটনা৷
  • ১৫ নং ৰাষ্টীয় ঘাইপথত ট্ৰাক আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ৷
  • এই দুৰ্ঘটনাত থিতাতে নিহত ছফিকুল ইছলাম নামৰ এজন৷
  • দুৰ্ঘটনাটোত আহত আন ৫ জন লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি