বিশ্বনাথৰ সাকোমঠাত ট্ৰাক-বাছৰ সংঘৰ্ষত এজন নিহত, আহত ৫

  • বিশ্বনাথৰ সাকোমঠাত ভয়াৱহ দুৰ্ঘটনা
  • সাকোমঠা চাহবাগিছাৰ বুঢ়াবাবা থানৰ সমীপত এই দুৰ্ঘটনা৷
  • ১৫ নং ৰাষ্টীয় ঘাইপথত ট্ৰাক আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ৷
  • এই দুৰ্ঘটনাত থিতাতে নিহত ছফিকুল ইছলাম নামৰ এজন৷
  • দুৰ্ঘটনাটোত আহত আন ৫ জন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in