শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

বুঢ়া কাণ্ডৰ নিৰ্যাতিতা ৩ মহিলাৰ বাসগৃহত তদন্তকাৰী বিষয়া ব্ৰজেনজিৎ সিংহ…VIDEO

745
  • দৰঙৰ তদন্ত অব্যাহত।
  • শুকুৰবাৰে বিয়লি ৪ বজাত মহিলা ৩ গৰাকীৰ ঘৰত উপস্থিত হৈছে তদন্তকাৰী বিষয়া DIG ব্ৰজেন জিৎ সিংহ।
  • চয়মাইলত থকা মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হৈছেগৈ তদন্তকাৰী বিষয়াগৰাকী।
  • মহিলাগৰাকী কেইগৰাকীক সোধ-পোচ অব্যাহত ৰাখিছে DIG ব্ৰজেন জিৎ সিংহই।
  • ঘটনাৰ সন্দৰ্ভত মহিলাকেইগৰাকীৰ পৰা তথ্য সংগ্ৰহ কৰিব সিংহই।

  • ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে তদন্তকাৰী বিষয়াগৰাকীয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীক।
  • তদন্তৰ প্ৰাথমিক তথ্য মুখ্যমন্ত্ৰীক অৱগত কৰিছিল সিংহই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি