CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান
  • CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান।
  • সন্দেহযুক্ত নাগৰিক, বেদখলকাৰীৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান।
  • দক্ষিণ দিল্লীৰ পৌৰ নিগম কৰ্তৃপক্ষই চলাইছে উচ্ছেদ অভিযান।
  • উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি স্থানীয় বাসিন্দাৰ প্রতিবাদ।
  • প্রতিবাদকাৰীৰ সমৰ্থন কংগ্রেছ আৰু আম আদমি পাৰ্টিৰ।
  • দক্ষিণ দিল্লীৰ পৌৰ নিগম আছে বিজেপিৰ দখলত।
  • উচ্ছেদ অভিযান বন্ধ নহয় বুলি ঘোষণা পৌৰ নিগম কৰ্তৃপক্ষৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in