কৰ্ণাটকত খহি পৰিল নিৰ্মীয়মান অট্টালিকা, নিহত ১, আহত ৬

কৰ্ণাটকত খহি পৰিল নিৰ্মীয়মান অট্টালিকা, নিহত ১, আহত ৬
  • কৰ্ণাটকৰ ধৰবাড় জিলাৰ কুমাৰেশ্বৰ নগৰত খহি পৰিল নিৰ্মীয়মান অট্টালিকা।
  • দুৰ্ঘটনাত নিহত এজন লোক।
  • গুৰুতৰভাৱে আহত হৈছে ৬ জন।
  • আৰক্ষী সূত্ৰৰ মতে, ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছে ৪০ জনৰো অধিক লোক।
  • উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জিলা প্ৰশাসনৰ।
  • নিৰ্মানত গাফিলতিৰ বাবেই অট্টালিকাটো খহি পৰাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in