ৰীমা দাসৰ আন এক সফলতা

ৰীমা দাসৰ আন এক সফলতা

  • ৰীমা দাসৰ আন এক সফলতা।
  • মুম্বাইত অনুষ্ঠিত হৈ থকা ২০সংখ্যক জিঅ' মামী চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ এই সফলতা।
  • মহোৎসৱৰ ইণ্ডিয়া গ'ল্ড শাখাত ৰীমা দাসৰ 'বুলবুল কেন ছিং' ছবিখনে লাভ কৰে গল্ডেল গেটৱে' বঁটা।
  • মুম্বাইৰ ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ এয়া ক্ৰমাগত দ্বিতীয় সফলতা।
  • যোৱাবছৰ 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিখনে এই ফিল্ম ফেষ্টিভেলত লাভ কৰিছিল ৩টাকৈ বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in