সংসদত ধ্বনিমতত গৃহীত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট, সোমবাৰলৈকে স্থগিত লোকসভাৰ কাম-কাজ

সংসদত ধ্বনিমতত গৃহীত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট, সোমবাৰলৈকে স্থগিত লোকসভাৰ কাম-কাজ
  • সংসদত ধ্বনিমতত গৃহীত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট।
  • শুকুৰবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে এই বাজেট।
  • প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰূপে এই বাজেট দাখিল কৰে নিৰ্মলা সীতাৰমণে।
  • বিত্তমন্ত্ৰীগৰাকীৰ বাজেট ভাষণৰ পিছতে সোমবাৰলৈ স্থগিত লোকসভাৰ কামকাজ।
  • উল্লেখ্য যে, ২০১৯ৰ বাজেটে কেইবাটাও ভাল খবৰৰ লগতে বেয়া খবৰো কঢ়িয়াইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in