অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিন…

অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিন…
  • অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিন।
  • অসম মহিলা বিশ্ববিদ্যালয় (সংশোধন) বিল-২১ উত্থাপন কৰিবলৈ অনুমতি বিচাৰিব সদনত।
  • এই অনুমোদন বিচাৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
  • শুকুৰবাৰে দাখিল কৰা হ'ব সাধাৰণ বাজেট।
  • বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in