শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাব ২.৫০ আৰু ২.৩০ টকা

272

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০১৯-২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পাছত বৃদ্ধি পাব পেট্ৰ’ল ডিজেলৰ মূল্য। প্ৰতিলিটাৰ ডিজেলত ২.৩০ টকা বৃদ্ধি পোৱাৰ বিপৰীতে পেট্ৰ’লত প্ৰতিলিটাৰত বৃদ্ধি পাব ২.৫০ টকাকৈ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে বাজেটত ঘোষণা কৰিছিল পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ কথা। তাৰ পিছতে পেট্ৰ’ল-ডিজেলৰ এই মূল্যবৃদ্ধি হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি