বিটিচিত নিৰ্বাচনী হিংসা! নিশা বিজেপি-বিপিএফৰ কাৰ্যালয়ত অগ্নিসংযোগ…

বিটিচিত নিৰ্বাচনী হিংসা! নিশা বিজেপি-বিপিএফৰ কাৰ্যালয়ত অগ্নিসংযোগ…
  • বিটিচি নিৰ্বাচনৰ প্রাকক্ষণত চিৰাঙত সংঘটিত নিৰ্বাচনী হিংসা।
  • বিপিএফ আৰু বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই।
  • চিৰাঙৰ বাসুগাঁৱত থকা নিৰ্বাচনী কাৰ্যালয়ত কৰিলে অগ্নিসংযোগ।
  • ৪নং ৱাৰ্ডৰ গোগলাপাৰাত জ্বলালে বিপিএফৰ ৩টা কাৰ্যালয়।
  • নিশাই বিজেপিৰো এটা কাৰ্যালয়ত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।
  • ভস্মীভূত কাৰ্যালয়ৰ সামগ্রী, বেনাৰ-পোষ্টাৰ, দলীয় পতাকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in