বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী কোৰোনাত আক্ৰান্ত…

বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী কোৰোনাত আক্ৰান্ত…
  • বুধবাৰে কোভিড-১৯ত আক্ৰান্ত হয় বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা বিটিচিৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰী।
  • দৈমাৰীয়ে ৯ আগষ্টত ৰেপিড এণ্টিজেন পদ্ধতিৰে কোৰোনা টেষ্ট কৰিছিল।
  • সেই টেষ্টৰ ফলাফল নিগেটিভ পাইছিল যদিও তেওঁৰ শ্বাবৰ নমুনা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।
  • কিন্তু বুধবাৰে অহা ফলাফলৰ অন্তত দৈমাৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in