ফাইল ফটো
ফাইল ফটো

UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ…

  • UTC বাতিলৰ দাবীত বি টি এ ডি বন্ধৰ আহ্বান।
  • বিটিএডি অঞ্চলত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে বন্ধৰ।
  • নামনি অসমৰ কেইবাঠাইতো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী।
  • তামুলপুৰ, ওদালগুৰি, বাক্সা, ঘগ্ৰাপাৰ, কুমাৰীকাটা, বঙাইগাঁও আদিত পৰিছে বন্ধৰ প্ৰভাব।
  • ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে।
  • ২১টা অবড়ো সংগঠনে আহ্বান কৰিছিল বন্ধৰ।
  • অনিৰ্দিষ্ট কাললৈ বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰো।
  • একপক্ষীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে বড়ো সংগঠনৰ সৈতে চৰকাৰৰ আলোচনাৰ বিৰোধিতা অবড়ো সুৰক্ষা সমিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in