শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

স্বাধীনতা দিৱসত BSNLৰ নতুন অফাৰ

560

ডিজিটেল ডেস্কঃ BSNL-এ গ্ৰাহকৰ বাবে মুকলি কৰিছে এক নতুন অফাৰ। ‘ফ্ৰীডম অফাৰ চোটা পেক’ শীৰ্ষক এই অফাৰত প্ৰি-পেইড গ্ৰাহকসকলে ভইচ কল আৰু ডাটাৰ অতিৰিক্ত সুবিধা লাভ কৰিব।

৯ টকা আৰু ২২টকাৰ মূল্যত উপলব্ধ হ’ব এই অফাৰ। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি BSNL-এ এই  অফাৰ গ্ৰাহকলৈ আগবঢ়াইছে।

১০ আগষ্টৰ পৰা উপলব্ধ হ’ব এই অফাৰ। ৯টকীয়া ফ্ৰীডম অফাৰ চোটা পেকত BSNLৰ গ্ৰাহকসকলে আনলিমিটেড ভইচ কলৰ সুবিধা লাভ কৰিব।

অৱশ্যে এই অফাৰ দিল্লী আৰু মুম্বাইতহে কাৰ্যকৰী হ’ব। ইয়াৰ উপৰিও এই অফাৰত ২ জিবি  ডাটা লাভ কৰিব গ্ৰাহকে। ১০-২৫ আগষ্টলৈকে উপলব্ধ হ’ব এই অফাৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি