শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

চীনক ভাৰতে দিলে আন এক প্ৰচণ্ড আঘাত…

14,241

ডিজিটেল ডেস্কঃ চীনৰ ৫৯টা এপছ বন্ধ কৰাৰ পাছত ভাৰতে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আন এক গুৰুত্বপূৰ্ণ স্থিতি। কেন্দ্ৰীয় দুৰসংযোগ বিভাগে বুধবাৰে ঘোষণা কৰে যে, ৪জি নেৰ্টৱক আপডেটৰ বাবে বি এছ এন এলে যি টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিূব খুজিছে, তাত কোনো ধৰণৰ চীন কোম্পানীয়ে বিনিয়োগ কৰিব নোৱাৰিব।

ইফালে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়েও হাইৱে নিৰ্মাণ প্ৰকল্পত কোনোধৰণৰ চীনা কোম্পানীক জড়িত নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে, কোনো ধৰণৰ হাইৱে নিৰ্মাণ প্ৰকল্পত চীনা প্ৰতিষ্ঠানে অংশ ল্’ব নোৱাৰিব আৰু তেনে চেষ্টা যদি কৰে মন্ত্ৰণালয়ৰ ফালৰ পৰা সেই কামক অনুমোদন জনোৱা নহয়।


আপুনি পঢ়ি ভাল পাব পৰা বাতৰি