ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা ২ পাক নাগৰিকক গুলীয়াই হত্যা…

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা ২ পাক নাগৰিকক গুলীয়াই হত্যা…
  • পাকিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা দুই সন্দেহযুক্ত নাগৰিকক গুলীয়াই হত্যা।
  • পঞ্জাৱৰ ফিৰোজপুৰ সীমান্তত সংঘটিত হৈছে এই ঘটনা।
  • বি এছ এফৰ গুলীত নিহত হৈছে এই লোকদুগৰাকী।
  • শনিবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in