শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান

397

ডিজিটেল ডেস্কঃ চলিত সপ্তাহতে বুধ গ্ৰহলৈ প্ৰেৰণ কৰা হ’ব ব্ৰিটেইনত নিৰ্মিত এখন মহাকাশযান। অত্যাধুনিক প্ৰযুক্তি সম্পন্ন এইখন মহাকাশযান। সূৰ্যৰ আটাইতকৈ কাষত থকা গ্ৰহটোৱেই হৈছে বুধ গ্ৰহ। আৰু এই গ্ৰহটোত পানীৰ সন্ধান কৰাটোৱেই এই মহাকাশযানখনৰ লক্ষ্য।

ইউৰপীয় মহাকাশ এজেন্সীৰ বেপীকলম্ব অভিযানৰ অধীনত মহাকাশযানখনত দুটা কৃত্ৰিম উপগ্ৰহো পঠিওৱা হ’ব যাৰ দ্বাৰা এই গ্ৰহটোৰ সম্পৰ্কীয় বহু তথ্য সংগ্ৰহ কৰা হ’ব। ব্ৰিটেইনৰ ইউনিভাৰ্চিটী অৱ লীছেষ্টাৰৰ অধ্যয় এম্মা বন্স এই সন্দৰ্ভত কয় যে- ‘বুধ গ্ৰহৰে জড়িত বহু মনোৰঞ্জক কথা আছে যিবোৰ বৰ্তমানলৈ আমি জানিবলৈ সক্ষম হোৱা নাই।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি