শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল আৰু ৰিছাৰ্চ ইনষ্টিটিউটৰ উদ্যোগত চাইকেল ৰেলী…

260

ডিজিটেল ডেস্কঃ ২০২০চনৰ অক্টোবৰত স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হৈছে। এই সজাগতা মাহ উপলক্ষে এক চাইকেল ৰেলীৰ আয়োজন কৰিছে গুৱাহাটীৰ যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল আৰু ৰিছাৰ্চ ইনষ্টিটিউটৰ কৰ্তৃপক্ষই। প্ৰায় ৩০ গৰাকী মহিলাই যোগদান কৰে এই চাইকেল ৰেলীত। লগতে উপস্থিত থাকে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল আৰু ৰিছাৰ্চ ইনষ্টিটিউটৰ কৰ্মচাৰীসকল।

উল্লেখ্য যে, মঙলবাৰে আয়োজন কৰা হয় চাইকেল ৰেলী দীঘলীপুখুৰীৰ পৰা চানমাৰীলৈ আৰু তাৰ পৰা পুনৰ ঘূৰি আৰম্ভণিৰ পইন্টলৈ। নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ মেনেজিং ডাইৰেক্টৰ ড০ এম এন বৰুৱা, চেয়াৰমেন গমেণ তামুলী, ডিপুটী ছুপাৰইন্টেডেন্ট ড০ ডি কে নাথকে ধৰি বহু কেইজন লোক এই কাৰ্যসূচীত উপস্থিত থাকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি