সপ্তাহটোৰ প্ৰত্যেক দেওবাৰে সম্পূৰ্ণ লকডাউন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
  • সপ্তাহটোৰ প্ৰত্যেক দেওবাৰে উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন।
  • জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো সেৱা বন্ধ থাকিব।
  • বিনা মাস্কত থাকিলে প্ৰথমে ১০০০হাজাৰ আৰু তাৰ পাছত ১০গুণ পৰ্যন্ত বেছিকৈ জৰিমনা বিহিব প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in