নিশা কাম কৰিবলৈ গৈ খটোৱালত ৰাইজৰ ৰোষত বিদ্যুৎ বিভাগৰ ১৪ কৰ্মচাৰী

  • ক্ষোভ মাৰ যোৱা নাই ৰূপহীহাট খাটোৱালবাসীৰ।
  • ক্ষোভ মাৰ যোৱা নাই ৰূপহীহাট খাটোৱালবাসীৰ কাম কৰাৰ চেষ্টা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ।
  • ৰাইজে আৱদ্ধ কৰিলে ১৪ জন কৰ্মচাৰীক।
  • দিনত ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিশা কাম কৰিবলৈ আহিছিল কৰ্মচাৰী কেইজনে।
  • ঘটনাস্থলীত উপস্থিত ৰূপহী আৰক্ষী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in