পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যুৰ খবৰ ভাইৰেল…

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যুৰ খবৰ ভাইৰেল…
  • পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ আৰু নাই।
  • ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পাৰভেজ মুছাৰফ।
  • ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম হৈছিল মুছাৰফৰ।
  • পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • সেই সময়ত তেওঁ যথেষ্ট চৰ্চিত আৰু বিতৰ্কিত আছিল।
  • পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল মুছাৰফ।
  • ডুবাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।
  • অৱশ্যে পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে এই খবৰ অস্বীকাৰ কৰিছে।
  • তেওঁলোকৰ মতে হাস্পতালত লাইফ চাপৰ্ট লৈ এতিয়াও জীয়াই আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in