শেহতীয়া খবৰ
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যুৰ খবৰ ভাইৰেল…

  • পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ আৰু নাই।
  • ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পাৰভেজ মুছাৰফ।
  • ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম হৈছিল মুছাৰফৰ।
  • পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • সেই সময়ত তেওঁ যথেষ্ট চৰ্চিত আৰু বিতৰ্কিত আছিল।
  • পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল মুছাৰফ।
  • ডুবাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।
  • অৱশ্যে পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে এই খবৰ অস্বীকাৰ কৰিছে।
  • তেওঁলোকৰ মতে হাস্পতালত লাইফ চাপৰ্ট লৈ এতিয়াও জীয়াই আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।