ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত।
  • বিশ্ববিদ্যালয়ৰ চৌহদতে আক্ৰমণ ছাত্ৰক।
  • বিশ্ববিদ্যালয়ৰ নৱ কুমাৰ ভৰালী নামৰ ছাত্ৰজনক আক্ৰমণ আন একাংশ ছাত্ৰৰ।
  • আজি ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ ফলাফল।
  • নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in