শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

ভাৰতৰ পৰা কোভিড ভেকচিন বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ ব্ৰাজিলৰ…

645

ডিজিটেল ডেস্কঃ দুটাকৈ কোভিড ভেকচিনে জৰুৰীকালীনভাৱে ব্যৱহাৰৰ অনুমতি লাভ কৰাৰ পাছতে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া নিৱদ্ধ ভাৰতৰ ওপৰত। শেহতীয়াকৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাৰিৰ বল’চনাৰৱে ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ লিখিছে এখন বিশেষ পত্ৰ।

এই পত্ৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ পৰা ২০লাখ ডজ কোৰোনা ভেকচিন ব্ৰাজিললৈ পঠাবলৈ অনুৰোধ কৰিছে। অৱশ্যে এই পত্ৰৰ এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে কোনো উত্তৰ দিয়া নাই যদিও ১৬ জানুৱাৰীৰ পিছত এই পত্ৰক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি