ভাৰতৰ পৰা কোভিড ভেকচিন বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ ব্ৰাজিলৰ…

ভাৰতৰ পৰা কোভিড ভেকচিন বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ ব্ৰাজিলৰ…

ডিজিটেল ডেস্কঃ দুটাকৈ কোভিড ভেকচিনে জৰুৰীকালীনভাৱে ব্যৱহাৰৰ অনুমতি লাভ কৰাৰ পাছতে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া নিৱদ্ধ ভাৰতৰ ওপৰত। শেহতীয়াকৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাৰিৰ বল'চনাৰৱে ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ লিখিছে এখন বিশেষ পত্ৰ।

এই পত্ৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ পৰা ২০লাখ ডজ কোৰোনা ভেকচিন ব্ৰাজিললৈ পঠাবলৈ অনুৰোধ কৰিছে। অৱশ্যে এই পত্ৰৰ এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে কোনো উত্তৰ দিয়া নাই যদিও ১৬ জানুৱাৰীৰ পিছত এই পত্ৰক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in