ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হোৱাৰ বাবে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচলত নিষেধাজ্ঞা

  • ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হোৱাৰ বাবে ফেৰী চলাচলত নিষেধাজ্ঞা।
  • বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজত নচলিব ফেৰী।
  • আভ্যন্তৰীণ জল পৰিবহন বিভাগে দিছে এই নিৰ্দেশ।
  • পানী কম নোহোৱাৰ লৈকে নচলিব ফেৰী।
  • ইফালে ফেৰী নোহোৱাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত কৰা হৈছে অতিৰিক্ত বাছৰ ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in