শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হোৱাৰ বাবে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচলত নিষেধাজ্ঞা

206
  • ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হোৱাৰ বাবে ফেৰী চলাচলত নিষেধাজ্ঞা।
  • বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজত নচলিব ফেৰী।
  • আভ্যন্তৰীণ জল পৰিবহন বিভাগে দিছে এই নিৰ্দেশ।
  • পানী কম নোহোৱাৰ লৈকে নচলিব ফেৰী।
  • ইফালে ফেৰী নোহোৱাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত কৰা হৈছে অতিৰিক্ত বাছৰ ব্যৱস্থা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি