ফাইল ফটো
Published on:
Updated on:
- পূৰ্বতকৈ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
- এতিয়াও বিপদসীমাৰ ওপৰৰে বৈছে আছে ব্ৰহ্মপুত্ৰ।
- প্ৰায় ৫ ছেণ্টিমিটাৰ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
- ইফালে ৰাজ্যৰ কেইবাখনো জিলাত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি।
- খাদ্য, বাসস্থানৰ অভাৱত হাহাকাৰ কৰিছে বানাক্ৰান্তই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in