শেহতীয়া খবৰ
কামাখ্যা দৰ্শনৰ বাবে যদি যাম বুলি ভাবিছে,তেনেহ'লে এই খিনি কথা জানি লওক..  •  হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...

হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ….

317
  • বৃহস্পতিবাৰেও হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • প্ৰতি ঘণ্টাত ৩-৪ছেঃমিকৈ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • বৃহস্পতিবাৰে পুৱা ৭ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হৈছেগৈ ৫০.৭০ ছেণ্টিমিটাৰ।
  • বুধবাৰে পুৱা ৭ বজাত জলপৃষ্ঠ আছিল ৫১.১৮ ছেণ্টিমিটাৰ।
  • উল্লখ্য যে. ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা ৪৯.৬৮ ছেন্টিমিটাৰ
  • বৰ্তমানো বিপদসীমাৰ ১.০২ ছেঃমিঃ ওপৰেৰে বৈ আছে পানী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি