ব্ৰহ্মপুত্ৰত ফেৰী আৱদ্ধ

  • পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী।
  • গুৱাহাটীৰপৰা উত্তৰ গুৱাহাটী অভিমুখী গৈ থকাৰ অৱস্থাতে আৱদ্ধ হৈ পৰে ফেৰীখন।
  • পুৱা প্ৰায় ১০.৩০ বজাত মধ্যমখণ্ড ঘাটলৈ ৰাওনা হৈছিল ফেৰীখন।
  • তাৰ পাছতে এঘণ্টা ধৰি আবদ্ধ হৈ আছে ফেৰীখন।
  • আৱদ্ধ হৈ থকা ফেৰীখনৰ নাম 'নামবৰ'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in