Published on:
Updated on:
- গুৱাহাটীত ব্রহ্মপুত্রৰ মাজত অঘটন।
- যান্ত্রিক বিজুতি ঘটি উটি গ'ল এখন যাত্রীবাহী ফেৰী।
- নিৰ্মীয়মান দলঙৰ খুঁটাত খুন্দা মৰাৰ পৰা কথমপি ৰক্ষা।
- দুটা খুঁটাৰ মাজেৰে পাৰ হৈ গ'ল যাত্রী, বাহনসহ ফেৰীখন।
- গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈছিল ফেৰীখন।
- সন্ধিয়া ৫.৩০ বজাত যাত্রা কৰিছিল বাঘবৰ নামৰ ফেৰীখনে।
- উদ্ধাৰকাৰী জাহাজ নথকাত হাঁহাকাৰ যাত্রীৰ মাজত।
- ৰ'পেক্স জাহাজখন গৈ উদ্ধাৰ কৰে যাত্রীসহ ফেৰীখন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in