উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ-চিয়াঙৰ উপৰিভাগঃ লখিমপুৰ, ধেমাজি, গহপুৰ, তেজপুৰবাসীলৈ প্ৰশাসনৰ সৰ্তকবাণী

উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ-চিয়াঙৰ উপৰিভাগঃ লখিমপুৰ, ধেমাজি, গহপুৰ, তেজপুৰবাসীলৈ প্ৰশাসনৰ সৰ্তকবাণী
  • অৰুণাচল, লখিমপুৰ, ধেমাজি, গহপুৰ, তেজপুৰবাসীলৈ প্ৰশাসনৰ সৰ্তকবাণী।
  • যিকোনো সময়তে হ'ব পাৰে ভয়ংকৰ প্ৰলয়।
  • ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে য়াৰলুং জাংব' নদীৰ পানী।
  • ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ তথা চিয়াঙৰ মূল উপৰিভাগ।
  • ওফন্দি উঠা পানীয়ে নামনি জিলা কেইখনত প্ৰলয়ৰ সূচনা কৰাৰ আশংকা কৰিছে প্ৰশাসনে।
  • ইতিমধ্যে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ উপায়ুক্তই সতৰ্ক কৰি দিছে চিয়াং নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in