বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে হ’ব আন্দোলনঃ বি পি এফৰ হুংকাৰ…VIDEO

বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে হ’ব আন্দোলনঃ বি পি এফৰ হুংকাৰ…VIDEO
  • বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ ।
  • নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত কোকৰাঝাৰত মহিলা বিপিএফৰ প্ৰতিবাদী সমদল ।
  • বিপিএফৰ কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল ।
  • নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদী সমদল ।
  • নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিভিন্ন শ্লোগান নিক্ষেপ ।
  • ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্বাচনী আয়োগ আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in