শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

বিপিএফ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি…

253

●ওদালগুৰিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

●বিটিচি নিৰ্বাচনৰ বিপিএফ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

●ওদালগুৰিত দলটোৱে মুকলি কৰে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ

●ওদালগুৰিৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত ইস্তাহাৰ মুকলি কৰে দলটোৱে

●সভাত উপস্থিত থাকে মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰৱীন বড়ো, বিধায়ক চৰণ বড়ো

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি