জাগীৰোডত দলং পাৰ হ’বলৈ গৈ ট্ৰাকৰ চেপাত মৃত্যু যুৱকৰ

ডিজিটেল সংবাদ, জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডত বুধাবাৰে পুৱা সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷

জানিব পৰা মতে, পুৱা জাগী ভকতগাঁৱৰ এখন দলং পাৰ হ'বলৈ লোৱা সময়তে এখন তীব্ৰবেদী ট্ৰাকৰ তলত সোমাই পৰে এজন যুৱক৷ যাৰ ফলত যুৱকজনৰ মৃত্যু ঘটে৷ দুৰ্ঘটনাটোত নিহত যুৱকজনৰ নাম হিমাচল বৰদলৈ বুলি জানিব পৰা গৈছে৷ ২২ বৰ্ষীয় যুৱকজনৰ ঘৰ জোনবিল গাঁৱত৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in