ফেচবুকত অসমীয়া বিৰোধী পোষ্ট দি আটক যুৱক

ফেচবুকত অসমীয়া বিৰোধী পোষ্ট দি আটক যুৱক
  • ছ'চিয়েল মিডিয়াত অসমীয়া বিৰোধী মন্তব্য কৰি আৰক্ষীৰ জালত এজন যুৱক।
  • বাক্সাৰ কদমতলাৰ ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱকজনক।
  • যুৱকজন কদমতলা গাঁৱৰ উত্তম বৈশ্য।
  • ফেচবুকত অসমীয়া বিৰোধী পোষ্ট দিছিল যুৱকজনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in