আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত কোৰোনাত…

আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত কোৰোনাত…
  • আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত কোৰোনাত।
  • শেহতীয়াকৈ জানিব পৰা গৈছে এই খবৰ।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে অসমত ৭৬৯গৰাকীৰ দেহত পোৱা হৈছে কোৰোনা পজিটিভ।
  • ১২৬৩গৰাকী লোকক বৃহস্পতিবাৰে আৰোগ্য হৈছে অসমত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in