বক্সাৰ লাভলীনা বৰগোঁহাইৰ পিতৃৰ জয়লাভ

বক্সাৰ লাভলীনা বৰগোঁহাইৰ পিতৃৰ জয়লাভ
  • বক্সাৰ লাভলীনা বৰগোঁহাইৰ পিতৃ ত্ৰিকেন বৰগোঁহাই পঞ্চায়ত নিৰ্বাচনত জয়লাভ।
  • সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূবৰ বৰপথাৰ পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।
  • গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ত্ৰিকেন বৰগোঁহায়ে।
  • বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in