শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  বিজেপি চৰকাৰক অসফল আখ্যা দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামে...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট

ড্ৰীম গাৰ্লে বুটলিছে দৰ্শকৰ সমাদৰ…

159

ডিজিটেল ডেস্কঃ এটা ব্যতিক্ৰমী কাহিনীৰে যোৱা ১৩ ছেপ্তেম্বৰত মুক্তি পোৱা হিন্দী চবি ড্ৰীম গাৰ্লে বুটলিছে দৰ্শক সমাদৰ। বিগত ২ টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিছে প্ৰায় ২৬.৪৭ কোটি টকা। ছবিখনে মুক্তিৰ দিনা ১০.০৫ কোটি আৰু যোৱা শনিবাৰে ১৬.৪২ কোটি টকা উপাৰ্জন কৰিছে।

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰানাই। ৰাজ চাণ্ডিৱালাৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনৰ বাজেট প্ৰায় ৩০ কোটি। একতা কাপুৰৰ প্ৰযোজনাৰ ছবিখনৰ আটাইকেইটা গীতকো আদৰি লৈছে দৰ্শকে। ছবি বিশ্লেষকসকলৰ মতে ছবিখনলৈ দৰ্শকৰ সহাঁৰি বিগত দিনত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি