২ টা দিনৰ অন্তত দীপিকাৰ ছবি ‘ছপাক’ৰ উপাৰ্জন…

২ টা দিনৰ অন্তত দীপিকাৰ ছবি ‘ছপাক’ৰ উপাৰ্জন…

ডিজিটেল ডেস্কঃ বিৰ্তক, বিৰোধ সকলোবোৰ একাষৰীয়া কৰি ছবিগৃহত সগৌৰৱেৰে চলি আছে হিন্দী ছবি ছপাক। দীপিকা পাডুকন আৰু বিক্ৰান্ত মৌছী অভিনীত ছবিখনে মুক্তিৰ ২ টা দিনত কৰিছে ভাল উপাৰ্জন।

প্ৰথম দিনাই ৪.৭৭ কোটি টকাৰ ব্যৱসায় কৰা ছবিখনে দ্বিতীয় দিনা অথাৎ শনিবাৰে উপাৰ্জন কৰিলে ৬ কোটিৰো অধিক টকা। এই হিচাপত ছপাকে দুটা দিনত উপাৰ্জন কৰিছে প্ৰায় ১১ কোটি টকা। প্ৰথম দিনৰ তুলনাত ছবিখনে দ্বিতীয় দিনাৰ উপাৰ্জন ৩০-৪০ শতাংশ বৃদ্ধি হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in