শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

বৰপেটা জিলা কাৰাগাৰত কয়দীৰ আত্মহত্যা…

  • বৰপেটা জিলা কাৰাগাৰত অঘটন।
  • জিলা কাৰাগাৰত আত্মহত্যা কৰিলে কয়দীয়ে।
  • মৃত কয়দীজনৰ নাম হাচিবুল হাচান।
  • কাৰাগাৰৰ ভেণ্টিলেচনত চীপ লৈ আত্মহত্যা হাচিবুল হাচানৰ।
  • এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত গ্রেপ্তাৰ হৈছিল হাচান।
  • প্রেমৰ বাবেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ কাৰাগাৰ কৰ্তৃপক্ষৰ।
  • কিন্তু হাচানক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি