বৰদোৱাৰ দৌলোসৎৱত উখল মাখল পৰিৱেশ

বৰদোৱাৰ দৌলোসৎৱত উখল মাখল পৰিৱেশ
  • দৌলোসৎৱ উপলক্ষ্যে বটদ্ৰৱাত উখল মাখল পৰিৱেশ।
  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত মহা উলহ মালহেৰে দৌলোসৎৱৰ আয়োজন।
  • মঙলবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দৌলোসৎৱ।
  • দৌলোসৎৱত দেখা গৈছে অগণন ভক্তৰ ভীৰ।
  • নাম-কীৰ্ত্তনেৰে মুখৰিত পৰিৱেশ।
  • আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে আকাশীগংগাৰ লগতে বটদ্ৰৱা থান, দৌলমন্দিৰ তথা শ্ৰীশ্ৰী শ'লগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in