সাৱধান! বিছনাৰ পৰাই চোৰ হ’ল ১৮ দিনীয়া শিশু…

সাৱধান! বিছনাৰ পৰাই চোৰ হ’ল ১৮ দিনীয়া শিশু…
  • বঙাইগাঁৱত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ ঘটনা।
  • নিশা শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হ'ল ১৮ দিনীয়া এটি কেচুৱা।
  • বিছনাৰ পৰাই কেচুৱাটিক চুৰ কৰি নিলে কোনো দুৰ্বৃত্তই।
  • বঙাইগাঁৱৰ নানকাৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
  • সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in