শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...

কংগনাৰ গোচৰ খাৰিছৰ আবেদন, বোম্বে উচ্চতম ন্যায়ালয়ৰ শুনানি…

151

ডিজিটেল ডেস্কঃ বোম্বে উচ্চ ন্যায়ালয়ে মংগলবাৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট আৰু ৰংগোলী চন্দেলৰ আবেদন সন্দৰ্ভত শুনানি দিয়াৰ সম্ভাৱনা আছে। এই আবেদনত তেওঁ মুম্বাই আৰক্ষীক তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰখন উঠাই ল’বৰ বাবে আবেদন কৰিছিল।

উল্লেখ্য যে এই আবেদনখনত তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা অভিযোগ উত্থাপন হৈছিল।সোমবাৰে কংগনা আৰু ৰংগোলীক মুম্বাই আৰক্ষীয়ে সোধপোছৰ বাবে মাতিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি