শেহতীয়া খবৰ
চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...  •  শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা,দুজনৰ মৃত্যু...

ছয়গাঁৱৰ পানীখাইটীত হস্ত নিৰ্মিত বোমাসদৃশ ৪টা সামগ্ৰী উদ্ধাৰ

70
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পানীখাইটীত হস্ত নিৰ্মিত বোমাসদৃশ চাৰিটা সামগ্ৰী উদ্ধাৰ।
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰিওটা সামগ্ৰী।
  • বোমা বিশেষজ্ঞৰ দ্বাৰা সামগ্ৰীকেইটা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।
  • এতিয়াও চিনাক্ত হোৱা নাই সামগ্ৰী কেইটা কি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি