ইণ্ডিগ’ৰ বিমানত বোমা!

ইণ্ডিগ’ৰ বিমানত বোমা!

  • ইণ্ডিগ' বিমানত বোমাতংক।
  • পলমকৈ উৰিল মুম্বাই-লক্ষ্নৌ অভিমুখী ৬ই-৩৬১২ নম্বৰৰ বিমান খন।
  •  বিমানবন্দৰ কৰ্তৃপক্ষই লাভ কৰিছিল বিমান খনত বোমা থকাৰ এক ফোন কল।
  • নিৰাপত্তাৰক্ষীয়ে তাৰপাচতে বিমানখনত চলায় তালাচী।
  • পাচত গম পোৱা বিমান খনত বোমা থকাৰ খবৰ দিয়া ব্যক্তিজন মানসিকভাৱে ভাৰাসাম্যহীন।
  • ১ঘন্টাৰ অন্তত সুচাৰুৰূপে উৰা মাৰে বিমানখনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in