শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

নাইজেৰিয়াত আত্মঘাটী বিস্ফোৰণ, নিহত ৭

138
  • নৱবৰ্ষৰ পহিলা দিনটোৰ নিশাই নাইজেৰিয়াৰ এখন বাৰত বিস্ফোৰণ ঘটিল আত্মঘাটী বোমাৰ।
  • পশ্চিম নাইজেৰিয়াৰ লুইনালপাৰ ১৪ ডিই পথত থকা এখন বাৰত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণৰ সময়ত বাৰখন উপস্থিত আছি প্ৰায় অৰ্ধশতাধিক লোক।
  • আত্মঘাটী বিস্ফোৰণটোত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৭ জন লোকে।
  • আহত হয় কেইবাজনো।
  • এই আত্মঘাটী বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি