নাইজেৰিয়াত আত্মঘাটী বিস্ফোৰণ, নিহত ৭

নাইজেৰিয়াত আত্মঘাটী বিস্ফোৰণ, নিহত ৭
  • নৱবৰ্ষৰ পহিলা দিনটোৰ নিশাই নাইজেৰিয়াৰ এখন বাৰত বিস্ফোৰণ ঘটিল আত্মঘাটী বোমাৰ।
  • পশ্চিম নাইজেৰিয়াৰ লুইনালপাৰ ১৪ ডিই পথত থকা এখন বাৰত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণৰ সময়ত বাৰখন উপস্থিত আছি প্ৰায় অৰ্ধশতাধিক লোক।
  • আত্মঘাটী বিস্ফোৰণটোত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৭ জন লোকে।
  • আহত হয় কেইবাজনো।
  • এই আত্মঘাটী বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in